যীচুৰ মৃত্যুক সোঁৱৰণ কৰক
Video
Other languages
Share text
Share link
Show times
Hide times
00:00:01
শান্তিৰে পৰিপূর্ণ এখন পৃথিৱীৰ বিষয়ে কল্পনা কৰক . . .00:00:06
00:00:06
য’ত দুখ-কষ্ট নাথাকিব . . .00:00:08
00:00:08
প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব . . .00:00:12
00:00:13
আৰু সকলোৱে সুস্থ জীৱনৰ অধিকাৰী হ’ব।00:00:17
00:00:20
কিন্তু কেনেকৈ এনে সুন্দৰ ভৱিষ্যত সম্ভৱ?00:00:23
00:00:25
যীচুৱে আমাৰ বাবে যি কৰিলে তাৰদ্বাৰা এনে সম্ভৱ।00:00:29
00:00:29
তেওঁ এক উদ্দেশ্যলৈ পৃথিৱীলৈ আহিছিল।00:00:33
00:00:34
তেওঁ সকলোকে প্রেম কৰাৰ বাবে নিজৰ জীৱন বলিদান দিছিল।00:00:39
00:00:40
মৃত্যুৰ আগ নিশা যীচুৱে নিজৰ বলিদানক00:00:44
00:00:44
সোঁৱৰণ কৰিবলৈ সকলোকে আজ্ঞা দিছিল00:00:47
00:00:47
তেওঁ কৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।”00:00:52
00:00:55
যীচুৰ মৃত্যু বার্ষিক সোঁৱৰণ কৰিবলৈ00:00:58
00:00:58
পৃথিৱীজুৰি লোকসকলে একত্রিত হ’ব।00:01:02
00:01:02
আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক00:01:04
00:01:04
যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত উপস্থিত হ’বলৈ নিমন্ত্রণ কৰিছোঁ।00:01:09
00:01:09
এই সভাত আপুনি জানিবলৈ পাব00:01:11
00:01:11
যে যীচুৰ বলিদান কিয় ইমান গুৰুত্বপূর্ণ 00:01:14
00:01:14
আৰু তেওঁ কৰা প্রতিজ্ঞাবোৰে আপোনাৰ জীৱনত
কেনেকৈ প্রভাৱিত কৰিব।00:01:19
00:01:19
এই সভা ক’ত হ’ব জানিবলৈ 00:01:22
00:01:22
অনুগ্রহ কৰি যিহোৱাৰ সাক্ষীসকলৰপৰা
নিমন্ত্রণ পত্রখন গ্রহণ কৰক00:01:27
00:01:27
অথবা jw.org ৱেবছাইটত থকা
মণ্ডলীৰ সভাবোৰৰ বাবে দিয়া অনুসন্ধান ফর্মখন পূৰ কৰক। 00:01:42
যীচুৰ মৃত্যুক সোঁৱৰণ কৰক
-
যীচুৰ মৃত্যুক সোঁৱৰণ কৰক
শান্তিৰে পৰিপূর্ণ এখন পৃথিৱীৰ বিষয়ে কল্পনা কৰক . . .
য’ত দুখ-কষ্ট নাথাকিব . . .
প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব . . .
আৰু সকলোৱে সুস্থ জীৱনৰ অধিকাৰী হ’ব।
কিন্তু কেনেকৈ এনে সুন্দৰ ভৱিষ্যত সম্ভৱ?
যীচুৱে আমাৰ বাবে যি কৰিলে তাৰদ্বাৰা এনে সম্ভৱ।
তেওঁ এক উদ্দেশ্যলৈ পৃথিৱীলৈ আহিছিল।
তেওঁ সকলোকে প্রেম কৰাৰ বাবে নিজৰ জীৱন বলিদান দিছিল।
মৃত্যুৰ আগ নিশা যীচুৱে নিজৰ বলিদানক
সোঁৱৰণ কৰিবলৈ সকলোকে আজ্ঞা দিছিল
তেওঁ কৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।”
যীচুৰ মৃত্যু বার্ষিক সোঁৱৰণ কৰিবলৈ
পৃথিৱীজুৰি লোকসকলে একত্রিত হ’ব।
আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক
যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত উপস্থিত হ’বলৈ নিমন্ত্রণ কৰিছোঁ।
এই সভাত আপুনি জানিবলৈ পাব
যে যীচুৰ বলিদান কিয় ইমান গুৰুত্বপূর্ণ
আৰু তেওঁ কৰা প্রতিজ্ঞাবোৰে আপোনাৰ জীৱনত
কেনেকৈ প্রভাৱিত কৰিব।
এই সভা ক’ত হ’ব জানিবলৈ
অনুগ্রহ কৰি যিহোৱাৰ সাক্ষীসকলৰপৰা
নিমন্ত্রণ পত্রখন গ্রহণ কৰক
অথবা jw.org ৱেবছাইটত থকা
মণ্ডলীৰ সভাবোৰৰ বাবে দিয়া অনুসন্ধান ফর্মখন পূৰ কৰক।
-